প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

'মেক ইন ইণ্ডিয়া' কাৰ্যসূচীৰ অধীনত ৰে'লৰ ডবা নিৰ্মাণৰ উদ্যোগ গ্ৰহণ কৰাৰ বাবে ভাৰতীয় ৰে'লৱেক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 10 JAN 2023 10:36PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'মেক ইন ইণ্ডিয়া' কাৰ্যসূচীৰ অধীনত ৰে'লৰ ডবা নিৰ্মাণৰ  উদ্যোগ গ্ৰহণ কৰাৰ বাবে ভাৰতীয় ৰে'লৱেক প্ৰশংসা কৰে।

ৰে'ল মন্ত্ৰালয়ৰ এক টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে কয়;

"উৎকৃষ্ট প্ৰৱণতা, এই প্ৰচেষ্টাৰ জৰিয়তে ১৩০ কোটি ভাৰতীয়ৰ শক্তি আৰু দক্ষতাৰ প্ৰতিফলন ঘটিছে। লগতে আত্মনিৰ্ভৰ হোৱাৰ সংকল্পও প্ৰতিফলিত হৈছে।"

 

***

DS/ST/KG


(रिलीज़ आईडी: 1890674) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Malayalam , Manipuri , Tamil , Telugu , English , Urdu , हिन्दी , Marathi , Punjabi , Gujarati , Odia , Kannada