প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে কাইলৈ ইন্দোৰত প্ৰবাসী ভাৰতীয় দিৱসত অংশগ্ৰহণ কৰিব

Posted On: 08 JAN 2023 5:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ প্ৰবাসী ভাৰতীয় দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ ইন্দোৰত উপস্থিত হ'বগৈ।

তেখেতে এইদৰে টুইট কৰেঃ

"কাইলৈ অৰ্থাৎ ৯ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস উপলক্ষে স্পন্দনশীল চহৰ ইন্দোৰত উপস্থিত হ'বলৈ আগ্ৰহী হৈ উঠিছো। এয়া হৈছে বিশ্বজুৰি বিশিষ্ট হৈ উঠা আমাৰ প্ৰবাসীসকলৰ সৈতে সংযোগ সুদৃঢ়কৰণৰ এক অনন্য সুযোগ।"

 

***

DS/TS/SB



(Release ID: 1890668) Visitor Counter : 120