প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গংগা বিলাস হৈছে আমাৰ সাংস্কৃতিক শিপাৰ সৈতে সংযোগ স্থাপনৰ এক অনন্য সুযোগঃ প্ৰধানমন্ত্ৰী

Posted On: 11 JAN 2023 9:29AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ অভিযান‘গংগা বিলাস’ হৈছে আমাৰ সাংস্কৃতিক শিপাৰ সৈতে সংযোগ স্থাপন আৰু ভাৰতবৰ্ষৰ চহকী বৈচিত্ৰ্য-সংস্কৃতিৰ সুন্দৰ দিশআৱিষ্কাৰ কৰাৰ এক অনন্য সুযোগ।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;

"আমাৰ সাংস্কৃতিক শিপাৰ সৈতে সংযোগ স্থাপন আৰু ভাৰতৰ বৈচিত্ৰ্যৰ সুন্দৰ দিশবোৰ আৱিষ্কাৰ কৰাৰ এয়া এক অনন্য সুযোগ।"

***

DS/ST/MS



(Release ID: 1890208) Visitor Counter : 99