প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত চিন্তা প্ৰকাশ কৰে
प्रविष्टि तिथि:
09 JAN 2023 9:20AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত চিন্তা প্ৰকাশ কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
"ব্ৰাছিলিয়াত চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে বিদ্ৰোহ আৰু লণ্ডভণ্ড কৰাৰ খবৰত অত্যন্ত চিন্তিত হৈছো। সকলোৱে গণতান্ত্ৰিক পৰম্পৰাক সন্মান কৰা দৰকাৰ। আমি ব্ৰাজিলৰ কৰ্তৃপক্ষৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন জনাইছো।"
***
DS/SH
(रिलीज़ आईडी: 1889930)
आगंतुक पटल : 193
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam