প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ড০ তেহেমটন উদৱাদিয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
प्रविष्टि तिथि:
07 JAN 2023 10:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ তেহেমটন উদৱাদিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে:
"ডাঃ তেহেমটন উদৱাদিয়াই ঔষধ ক্ষেত্ৰত ক্ষেত্ৰত এক উল্লেখযোগ্য প্ৰভাৱ এৰি গৈছে। চিকিৎসা পদ্ধতিৰ ক্ষেত্ৰত তেওঁৰ অভিনৱ উৎসাহ আৰু সময়ৰ আগত থকাৰ ইচ্ছাৰ বাবে তেওঁক ব্যাপকভাৱে সন্মান কৰা হয়। তেওঁৰ মৃত্যুত দুখ পাইছো। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জনালো। "
***
DS/TS/MM
(रिलीज़ आईडी: 1889843)
आगंतुक पटल : 123
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam