প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে লিঅ ভাৰাদকাৰক দ্বিতীয়বাৰৰ বাবে তাওচিচ হিচাপে দায়িত্ব লোৱাৰ বাবে অভিনন্দন জনাইছে

Posted On: 17 DEC 2022 10:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লিঅ ভাৰাদকাৰক তাওচিচ (আয়াৰলেণ্ড)ৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"দ্বিতীয়বাৰৰ বাবে তাওচিচ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে @LeoVaradkar অভিনন্দন। আমি আয়াৰলেণ্ডৰ সৈতে আমাৰ ঐতিহাসিক সম্পৰ্ক, অংশীদাৰী সাংবিধানিক মূল্যবোধ আৰু বহুমুখী সহযোগিতাক যথেষ্ট গুৰুত্ব দিছো। মই আমাৰ জীৱন্ত অৰ্থনীতিৰ সম্পূৰ্ণ সম্ভাৱনা উপলব্ধি কৰিবলৈ একেলগে কাম কৰিবলৈ আশাবাদী।"

 

***
 

DS/LP/AK



(Release ID: 1886684) Visitor Counter : 80