প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

যোৱা মাহৰ মন কী বাতৰ আধাৰত এখনি পুস্তিকা শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 24 DEC 2022 9:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত ৰ যোৱা মাহৰ (নৱেম্বৰ, ২০২২) খণ্ডৰ আধাৰত ভাৰতৰ জি-২০ ৰ অধ্যক্ষতা, মহাকাশত অব্যাহত অগ্ৰগতি, বাদ্যযন্ত্ৰৰ ৰপ্তানিৰ বৰ্ধন আৰু একাধিক বিষয় সম্বলিত এখনি পুস্তিকা শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

"যোৱা মাহৰ #MannKiBaat ত সামৰি লোৱা বিষয়সমূহ যথাঃ ভাৰতৰ জি-২০ ৰ অধ্যক্ষতা, মহাকাশত আমাৰ অব্যাহত অগ্ৰগতি, বাদ্যযন্ত্ৰৰ ৰপ্তানিৰ বৰ্ধন আৰু একাধিক বিষয়ৰ আকৰ্ষণীয় লেখা সম্বলিত এই পুস্তিকাখনি চাব।

http://davp.nic.in/ebook/h_nov/index.html"

 

***

DS/ST/SB


(रिलीज़ आईडी: 1886650) आगंतुक पटल : 136
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam