প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বৰদিন উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 DEC 2022 8:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিন উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনোৱাৰ লগতে ভগৱান যীশুখ্ৰীষ্টৰ মহৎ চিন্তাধাৰাৰ স্মৰণ কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“শুভ বৰদিন! এই বিশেষ দিনটোৱে আমাৰ সমাজত সম্প্ৰীতি আৰু আনন্দৰ মনোভাৱক আৰু আগুৱাই লৈ যাওক। আমি ভগৱান যীশুখ্ৰীষ্টৰ উন্নত চিন্তা আৰু সমাজ সেৱাৰ ওপৰত দিয়া গুৰুত্বৰ কথা স্মৰণ কৰিছো৷”

***

DS/ST/DB


(रिलीज़ आईडी: 1886510) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam