প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গোৱা মুক্তি দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
19 DEC 2022 11:31AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱা মুক্তি দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"গোৱা মুক্তি দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছো। আজিৰ দিনটোত আমি গোৱা মুক্তি সংগ্ৰামৰ সকলো সেনানীৰ সাহস আৰু অনবদ্য অৱদানৰ কথা সোঁৱৰণ কৰিছো। তেওঁলোকৰ দৃষ্টিৰে আমি অনুপ্ৰাণিত হৈ গোৱাৰ উন্নয়নৰ বাবে কাম কৰি আছো।"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1885084)
অতিথি কক্ষ : 172
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam