প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বেঞ্জামিন নেতান্যাহু আৰু ইজৰাইলবাসীক হানুক্কাৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 18 DEC 2022 9:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেঞ্জামিন নেতান্যাহু আৰু ইজৰাইলবাসীক হানুক্কাৰ শুভেচ্ছা জনায়, যিটো সমগ্ৰ বিশ্বত পোহৰৰ উৎসৱ হিচাপে উদযাপন কৰা হয়৷

টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“মোৰ বন্ধু বেঞ্জামিন নেতান্যাহু, ইজৰাইলৰ বন্ধু-বান্ধৱীসকলক হানুক্কাৰ শুভেচ্ছা জনাইছো, যিটো সমগ্ৰ বিশ্বত পোহৰৰ উৎসৱ হিচাপে পালন কৰে৷ চাগ চামীচ৷”

***

DS/TS/DB



(Release ID: 1885083) Visitor Counter : 118