প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মন কী বাতৰ বাবে জনসাধাৰণক ইনপুট প্ৰদান কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 13 DEC 2022 9:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ ডিচেম্বৰৰ পুৱা ১১ বজাত মন কী বাতৰ পৰৱৰ্তী খণ্ডৰ বাবে ইনপুট প্ৰদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷ শ্ৰী মোদীয়ে জনসাধাৰণক তেওঁলোকৰ বাৰ্তা নমো এপ, মাইগভত লিখিবলৈ বা ১৮০০-১১-৭৮০০ নম্বৰত বাণীৱদ্ধ কৰিবলৈ আহ্বান জনাইছে।

টুইটযোগে মাইগভৰ আহ্বান শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,

“২০২২ চনৰ অন্তিমটো #MannKiBaat চলিত মাহৰ ২৫ তাৰিখে প্ৰচাৰ হ'ব। অনুষ্ঠানৰ বাবে আপোনালোকৰ ইনপুট লাভ কৰিবলৈ আগ্ৰহী। মই আপোনালোকক আহ্বান জনাও যে আপোনালোকৰ বাৰ্তা নমো এপ, মাইগভত লিখক বা ১৮০০-১১-৭৮০০ নম্বৰত বাণীৱদ্ধ কৰক৷”

 

***

DS/SH/DB


(रिलीज़ आईडी: 1883069) आगंतुक पटल : 155
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam