প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে শাৰদা মঠৰ অধ্যক্ষ প্ৰব্ৰজিকা ভক্তিপ্ৰাণ মাতাজীৰ দেহাৱসানত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে

प्रविष्टि तिथि: 12 DEC 2022 11:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শাৰদা মঠৰ অধ্যক্ষ প্ৰব্ৰজিকা ভক্তিপ্ৰাণ মাতাজীৰ দেহাৱসানত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে:

"মই প্ৰব্ৰজিকা ভক্তিপ্ৰাণ মাতাজীক মোৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো। শ্ৰী শাৰদা মঠ আৰু ৰামকৃষ্ণ শাৰদা মিছনৰ মাধ্যমত সমাজ সেৱাৰ তেওঁৰ অক্লান্ত প্ৰয়াস চিৰকাল স্মৰণীয় হৈ থাকিব। মই মঠৰ সকলো সদস্য আৰু শ্ৰদ্ধালুৰ প্ৰতি মোৰ সমবেদনা ব্যক্ত কৰিছো।"

 

***

DS/SH


(रिलीज़ आईडी: 1882722) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam