প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীয়ে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত দিব্যাংগ ভগ্নী আৰু ভাতৃসকলৰ ধৈৰ্য তথা প্ৰাপ্তিৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
03 DEC 2022 9:28AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত দিব্যাংগ ভগ্নী আৰু ভাতৃসকলৰ ধৈৰ্য আৰু প্ৰাপ্তিৰ প্ৰশংসা কৰে।
এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
"আন্তঃৰাষ্ট্ৰীয় দিব্যাংগজন দিৱসত, মই আমাৰ দিব্যাংগ ভগ্নী আৰু ভাতৃসকলৰ ধৈৰ্য আৰু প্ৰাপ্তিৰ প্ৰশংসা কৰিছো। আমাৰ চৰকাৰে কেইবাটাও পদক্ষেপ লৈছে, যি দিব্যাংগ ব্যক্তিৰ বাবে সুযোগ সৃষ্টি কৰিছে আৰু তেওঁলোকক আগবঢ়াত সক্ষম কৰি তুলিছে।"
"আমাৰ চৰকাৰে তেওঁলোকক সুবিধা দিয়াৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰিছে, যি প্ৰধান কাৰ্যক্ৰম আৰু অনাগত প্ৰজন্মৰ আন্তঃগাঁথনিৰ নিৰ্মাণত পৰিলক্ষিত হৈছে। মই দিব্যাংগ ব্যক্তিসকলৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ তৃণমূল স্তৰত কাম কৰি থকা সকলো লোকৰো প্ৰশংসা কৰিছো।"
***
DS/SH
(रिलीज़ आईडी: 1880745)
आगंतुक पटल : 180
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam