প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তেলেগু চুপাৰষ্টাৰ কৃষ্ণ গাৰুৰ মৃত্যুত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
15 NOV 2022 1:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেগু চুপাৰষ্টাৰ কৃষ্ণ গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয়, কৃষ্ণ গাৰুৰ মৃত্যু চিনেমা আৰু মনোৰঞ্জনৰ বাবে এক অপূৰণীয় ক্ষতি।
তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"কৃষ্ণ গাৰু ইমান মহান চুপাৰষ্টাৰ আছিল যিয়ে তেওঁৰ বহুমুখী অভিনয় আৰু জীৱন্ত ব্যক্তিত্বৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰিছিল। তেওঁৰ মৃত্যু চিনেমা আৰু মনোৰঞ্জন জগতৰ বাবে এক অতি অপূৰণীয় ক্ষতি। এই দুখৰ সময়ত @urstrulyMahesh আৰু তেওঁৰ গোটেই পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা। ওম শান্তি।"
***
DS/SH
(रिलीज़ आईडी: 1877643)
आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam