প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জয়ন্তীত ৰাণী লক্ষ্মীবাঈক প্ৰধানমন্ত্ৰীৰ সশ্ৰদ্ধ স্মৰণ
পোষ্ট কৰা হৈছে:
19 NOV 2022 8:58AM by PIB Guwahati
জয়ন্তীত ৰাণী লক্ষ্মীবাঈক সশ্ৰদ্ধ স্মৰণ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ সাহস আৰু আমাৰ দেশৰ প্ৰতি তেওঁ আগবঢ়োৱা স্মৰণযোগ্য অৱদানৰ কথা কেতিয়াও পাহৰিব পৰা নাযাব।
এই সন্দৰ্ভত প্ৰকাশ কৰা এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“ৰাণী লক্ষ্মীবাঈক তেওঁৰ জয়ন্তীত স্মৰণ কৰিছো। তেওঁৰ সাহস আৰু তেওঁ আগবঢ়াই থৈ যোৱা স্মৰণযোগ্য অৱদানৰ কথা কাহানিও পাহৰিব পৰা নাযাব। ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তেওঁৰ অবিচল বিৰোধিতাৰ বাবে তেওঁ প্ৰেৰণাৰ উত্স হৈ উঠিছিল। যোৱা বছৰৰ আজিৰ এই দিনটোত কৰা ঝাঁসী ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছো।
***
DS/ST/KB
(ৰিলিজ আই ডি : 1877474)
অতিথি কক্ষ : 199
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam