প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাধা স্বামী সৎসংগ ব্যাস সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
05 NOV 2022 8:07PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাধা স্বামী সৎসংগ ব্যাস সাক্ষাৎ কৰে৷ তেওঁ বাবা গুৰিন্দৰ সিং ধিলনৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ কাম-কাজ প্ৰত্যক্ষ কৰে৷
প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়,
“ৰাধা স্বামী সৎসংগ ব্যাসলৈ গৈ তেওঁলোকে কৰি থকা ব্যতিক্ৰমী কামবোৰ চাবলৈ সুযোগ পাই আনন্দিত হৈছো। লগতে বাবা গুৰিন্দৰ সিং ধিলন জীৰ সৈতেও এক অন্তৰ্দৃষ্টিসম্পন্ন মত বিনিময় কৰো, যাৰ সেৱাৰ প্ৰতি থকা আগ্ৰহ প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক৷”
***
DS/SH/DB
(ৰিলিজ আই ডি : 1874202)
অতিথি কক্ষ : 104
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam