প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আইচিচিৰ টি২০ মেচত বিজয়ৰ বাবে ভাৰতীয় দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
দৰ্শনীয় ইনিংচৰ বাবে বিৰাট কোহলিক প্ৰশংসা
Posted On:
23 OCT 2022 11:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইচিচি টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভালদৰে যুঁজ দি জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জনায়৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“"ভাৰতৰ দলটোৱে ভালদৰে যুঁজ দি জয় লাভ কৰিছে! আজিৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাইছো৷ @imVkohliক বিশেষভাৱে উল্লেখ কৰে, য'ত তেওঁ উল্লেখযোগ্য দৃঢ়তা প্ৰদৰ্শনেৰে এক দৰ্শনীয় ইনিংছ খেলিছিল৷ আগন্তুক খেলসমূহৰ বাবে শুভকামনা জনালো৷”
***
DS/AK/DB
(Release ID: 1871474)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam