পোষ্ট কৰা হৈছে:
06 OCT 2022 3:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আয়ুষ্মান ভাৰত আঁচনিৰ প্ৰতি নাগৰিকৰ সঁহাৰি ব্যক্ত কৰি সকলো ভাৰতীয় নাগৰিকৰ বাবে ৫ লাখ টকাৰ স্বাস্থ্য বীমা সুৰক্ষা ৰখাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিখন ভাৰতৰ যিকোনো ঠাইতে লাভ কৰিব পাৰি।
এজন নাগৰিকৰ টুইটৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"অৱশ্যে ই হৈছে। সমানে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যিকোনো ব্যক্তিয়ে ভাৰতৰ যিকোনো ঠাইতে এই আঁচনিৰ লাভালাভ লাভ কৰিব পাৰে।"
***
DS/TS/RD