পোষ্ট কৰা হৈছে:
03 OCT 2022 9:54PM by PIB Guwahati
স্বচ্ছ ভাৰতৰ প্ৰতি থকা আবেগ আৰু দৃষ্টিভংগীৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ তুৰটুকবাসীক প্ৰণাম জনাইছে।
এ এন আই নিউজৰ এটা সংবাদ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ভাৰতবৰ্ষক স্বচ্ছ কৰি ৰখাৰ বাবে যি আবেগ আৰু দৃষ্টিভংগীৰে একত্ৰিত হৈছে, তাৰ বাবে মই লাডাখৰ তুৰটুকবাসীক প্ৰণাম জনাইছো।"
***
DS/ST/MS