প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে কেএছআৰ বেংগালুৰু ষ্টেচনত প্লাষ্টিক আৰু পেলনীয়া বটলেৰে নিৰ্মিত মূৰ্তিৰ বাবে ৰে'লৱেৰ প্ৰশংসা কৰে
प्रविष्टि तिथि:
03 OCT 2022 9:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেএছআৰ বেংগালুৰু ষ্টেচনত প্লাষ্টিক আৰু পেলনীয়া বটলেৰে নিৰ্মিত মূৰ্তিৰ বাবে দক্ষিণ পশ্চিম ৰে'লৱেৰ প্ৰশংসা কৰিছে।
তেওঁলোকৰ টুইটৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত কৈছে:
"এনেকুৱা প্ৰয়াস কেৱল অভিনৱ আৰু প্ৰশংসনীয়ই নহয়, বৰং ই আমাক নিজৰ চৌপাশ আৰু ৰাজহুৱা স্থানসমূহ স্বচ্ছ কৰি ৰখাৰ আমাৰ বুনিয়াদী নাগৰিক কৰ্তব্য সোঁৱৰাই দিয়ে।"
***
DS/AK
(रिलीज़ आईडी: 1865030)
आगंतुक पटल : 168
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam