প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে হৃদয়নাথ মংগেশকাৰৰ পৰা পোৱা ধন্যবাদসূচক টুইট স্বীকাৰ কৰে
পোষ্ট কৰা হৈছে:
29 SEP 2022 9:23PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত লতা মংগেশকাৰ চ'কৰ উদ্ঘাটনত প্ৰয়াত লতা মংগেশকাৰৰ ভায়েক হৃদয়নাথ মংগেশকাৰৰ পৰা পোৱা ধন্যবাদসূচক টুইট স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে লতা দিদি আছিল ভগৱান শ্ৰী ৰামৰ এগৰাকী গভীৰ উপাসক আছিল আৰু পৱিত্ৰ নগৰী অযোধ্যাত তেওঁৰ নামত এটা চ'ক থকা উচিত।
হৃদয়নাথ মংগেশকাৰৰ এটা টুইট উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"লতা দিদি আছিল ভগৱান শ্ৰী ৰামৰ এগৰাকী গভীৰ উপাসক আছিল আৰু পৱিত্ৰ নগৰী অযোধ্যাত তেওঁৰ নামত এটা চ'ক থকা উচিত।"
**********
DS/TS
(ৰিলিজ আই ডি : 1863702)
অতিথি কক্ষ : 145
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam