প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৫ ছেপ্টেম্বৰৰ ‘মন কী বাত’-ৰ ভিত্তিত ‘নমো এপ্’-ত অনুষ্ঠিতব্য কুইজ প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে ৰাইজলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
28 SEP 2022 8:53AM by PIB Guwahati
যোৱা ২৫ ছেপ্টেম্বৰ, ২০২২ৰ ‘মন কী বাত’-ৰ ভিত্তিত ‘নমো এপ্’-ত অনুষ্ঠিতব্য কুইজ প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে দেশৰ ৰাইজক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই মাহৰ ‘মন কী বাত’ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইটো খণ্ডত বন্যপ্ৰাণীৰ পৰা পৰিৱেশ তথা সংস্কৃতিৰ পৰা ভাৰতৰ সমৃদ্ধ ইতিহাসলৈ বিষয়বস্তু সামৰি লোৱা হৈছিল।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
“শেহতীয়া ‘মন কী বাত’ কাৰ্যক্ৰমত আমি বন্যপ্ৰাণীৰ পৰা পৰিৱেশ তথা সংস্কৃতিৰ পৰা ভাৰতৰ সমৃদ্ধ ইতিহাসলৈ বিষয়বস্তু সামৰি লৈছিলো। ইয়াকে ভিত্তি কৰি ‘নমো এপ্’-ত এক আমোদজনক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব, য’ত আপোনালোকক ভাগ লোৱাৰ বাবে মই আহ্বান জনাইছোঁ।
***
DS/ST/KB
(ৰিলিজ আই ডি : 1863193)
অতিথি কক্ষ : 192
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
Telugu
,
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Kannada
,
Malayalam