প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেনিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনৰ বাবে মহামান্য উইলিয়াম এছ ৰুটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
07 SEP 2022 5:46PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেনিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে এইচ ই উইলিয়াম এছ ৰুটোক অভিনন্দন জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"কেনিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে @WilliamsRuto লৈ অভিনন্দন। আমাৰ ঐতিহাসিক দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে মই তেওঁৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আশাবাদী।"
***
DS/SH/RD
(रिलीज़ आईडी: 1860501)
आगंतुक पटल : 115
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam