পোষ্ট কৰা হৈছে:
03 SEP 2022 9:36AM by PIB Guwahati
আইএনএছ বিক্ৰান্তত কালি উঠি গৌৰৱৰ অনুভৱ শ্বেয়াৰ কৰে প্ৰধানমন্ত্ৰীয়ে৷
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আইএনএছ বিক্ৰান্তত উঠাৰ সময়ত অনুভৱ কৰা গৌৰৱ শ্বেয়াৰ কৰে৷ এই উপলক্ষে তেওঁ এটা ভিডিঅ’ও শ্বেয়াৰ কৰে৷
প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়,
“ভাৰতৰ বাবে এক ঐতিহাসিক দিন!
মই কালি যেতিয়া আইএএছ বিক্ৰান্তত উঠি আছিলো, তেতিয়া অনুভৱ কৰা গৌৰৱ শব্দৰে বৰ্ণনা কৰিব নোৱাৰি৷”
***
DS/AK/DB