প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
28 AUG 2022 11:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোক অভিনন্দন জনাইছে।শ্ৰী মোদীয়ে কয় যে দলটোৱে চমৎকাৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"আজিৰ #AsiaCup2022 মেচখনত #TeamIndia-এ এক দৰ্শনীয় অল-ৰাউণ্ড প্ৰদৰ্শন আগবঢ়াইছে। দলটোৱে চমৎকাৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। জয়ৰ বাবে তেওঁলোকক অভিনন্দন।"
***
DS/ST/MS
(रिलीज़ आईडी: 1855684)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada