প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দে বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে গৌৰৱান্বিত প্ৰধানমন্ত্ৰী মোডী
পোষ্ট কৰা হৈছে:
08 AUG 2022 8:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহাম কমনৱেলথ গেমছ ২০২২ত বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে তৃষা জলী আৰু গায়ত্ৰী গোপীচান্দক অভিনন্দন জ্ঞাপন কৰে।
তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;
"বেডমিণ্টন ডাবলছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে আমি তৃষা জলি আৰু গায়ত্ৰী গোপীচান্দক লৈ গৌৰৱান্বিত। কমনৱেলথলৈ ৰাওনা হোৱাৰ আগতে, তৃষাই মোক গায়ত্ৰীৰ সৈতে তেওঁৰ বন্ধুত্বৰ বিষয়ে কৈছিল, কিন্তু তেওঁ সিদ্ধান্ত লোৱা নাছিল যে যদি তেওঁ পদক জিকে তেন্তে তেওঁ ইয়াক কেনেদৰে উদযাপন কৰিব। মই আশা কৰোঁ তেওঁলোকে এতিয়া এইটো পৰিকল্পনা কৰিছে। :)"
***
DS/TS/RD
(ৰিলিজ আই ডি : 1852184)
অতিথি কক্ষ : 164
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam