প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হৰ ঘৰ তিৰংগা আন্দোলনৰ আশ্চৰ্যজনক সঁহাৰিত সুখ আৰু গৌৰৱ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে লগতে তিৰংগাৰ সৈতে উঠা ফটো শ্বেয়াৰ কৰিবলৈও জনসাধাৰণক আহ্বান জনায়
प्रविष्टि तिथि:
13 AUG 2022 8:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ তিৰংগা আন্দোলনৰ আশ্চৰ্যজনক সঁহাৰিত সুখ আৰু গৌৰৱ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ অভিলেখসংখ্যক লোকে অংশগ্ৰহণ কৰা দেখিছো। শ্ৰী মোদীয়ে লগতে তিৰংগাৰ সৈতে উঠা ফটো harghartiranga.comত শ্বেয়াৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে সমগ্ৰ দেশৰ বিভিন্ন স্থানৰ পৰা অহা হৰ ঘৰ তিৰংগাৰ কেতবোৰ আশ্বৰ্যজনক দৃশ্য শ্বেয়াৰ কৰে।
***
DS/ST/DB
(रिलीज़ आईडी: 1851864)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam