প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সকলোকে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 09 AUG 2022 1:06PM by PIB Guwahati

মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰা সকলোকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে।

এই সম্পৰ্কীয় এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

“মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰা সকলোকে অভিনন্দন জনাইছো। এইটো দলত প্ৰশাসনীয় অভিজ্ঞতা আৰু সু-শাসনৰ প্ৰতি উচৰ্গিত মনোভাৱৰ সু-সমন্বয় ঘটিছে। ৰাজ্যখনৰ জনতাক সেৱা আগবঢ়োৱাৰ বাবে মই তেওঁলোকলৈ শুভকামনা জনাইছো।

 

***

DS/SH/KB


(रिलीज़ आईडी: 1850494) आगंतुक पटल : 201
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam