প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্রধানমন্ত্রীয়ে টেবোল টেনিছৰ মিক্সড ডাবলছ প্ৰতিদ্বন্দ্বিতাত সোণৰ পদক জয় কৰাত শৰথ কমল আৰু শ্ৰীজা অকুলাৰ ধৈৰ্য তথা দৃঢ়তাৰ প্ৰশংসা কৰে

পোষ্ট কৰা হৈছে: 08 AUG 2022 8:30AM by PIB Guwahati

ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত আয়োজিত কমনৱেলথ গেমছ ২০২২ত টেবোল টেনিছৰ মিক্সড ডাবলছ প্ৰতিদ্বন্দ্বিতাত সোণৰ পদক জয় কৰাত শৰথ কমল আৰু শ্ৰীজা অকুলাৰ প্ৰশংসা কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"লগ হৈ খেলা আৰু জিকাৰ নিজৰ এটা সুকীয়া আনন্দ থাকে। @sharathkamal1 আৰু শ্ৰীজা অকুলাই চমকপ্ৰদ টীম ৱৰ্ক দেখুৱালে আৰু টবোল টেনিছৰ মিক্সড ডাবলছ প্ৰতিদ্বন্দ্বিতাত প্ৰতিষ্ঠিত সোণৰ পদক জয় কৰিলে। মই তেওঁলোকৰ ধৈৰ্য আৰু দৃঢ়তাৰ প্ৰশংসা কৰিছো। শৰথৰ কমনৱেলথ গেমছৰ সেই সকলো প্ৰতিদ্বন্দ্বিতাৰ ফাইনেলত উপনীত হোৱাটো অসাধাৰণ, য'ত তেওঁ ভাগ ল'লে।"

 

***

DS/ST


(ৰিলিজ আই ডি : 1850112) অতিথি কক্ষ : 171