প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত শ্ৰী জগদীপ ধনখৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
Posted On:
06 AUG 2022 10:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰী জগদীপ ধনখৰক অভিনন্দন জ্ঞাপন কৰিছে৷
এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“সকলো দলৰ ব্যাপক সমৰ্থনেৰে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা শ্ৰী জগদীপ ধনখৰ জীক অভিনন্দন জনাইছো৷ মোৰ বিশ্বাস যে তেওঁ এগৰাকী অসাধাৰণ উপ-ৰাষ্ট্ৰপতি হ’ব৷ তেওঁৰ বুদ্ধি আৰু প্ৰজ্ঞাৰ জৰিয়তে আমাৰ দেশখনৰ প্ৰচণ্ড লাভ হ’ব।” @jdhankhar1"
“মই সকলো সাংসদত ধন্যবাদ জনাইছো, যিসকলে শ্ৰী ধনখৰ জীক ভোটদান কৰিলে৷ যি সময়ত ভাৰতে আজাদী কা অমৃত মহোৎসৱ পালন কৰিছে, সেই সময়ত আমি উৎকৃষ্ট আইনী জ্ঞান আৰু বৌদ্ধিক দক্ষতা থকা এজন কৃষকৰ পুত্ৰক উপ-ৰাষ্ট্ৰপতি হিচাপে লাভ কৰি গৌৰৱবোধ কৰিছো৷@jdhankhar1”
*****
DS/ST/DB
(Release ID: 1849708)
Visitor Counter : 149
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam