প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ৰেচ ৱাকিং চেম্পিয়ন প্ৰিয়ংকা গোস্বামীক ৰূপৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছে

प्रविष्टि तिथि: 06 AUG 2022 6:18PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছত আকাংক্ষিত ৰূপৰ পদক জয় কৰাৰ বাবে ৰেচ ৱাকিং চেম্পিয়ন প্ৰিয়ংকা গোস্বামীক অভিনন্দন জ্ঞাপন কৰে।

 প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

 "আমাৰ ৰাষ্ট্ৰীয় ৰেচ ৱাকিং চেম্পিয়ন প্ৰিয়ংকা গোস্বামীক ৰূপৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনাইছো। এই পদকৰ দ্বাৰা, তেওঁ ভাৰতৰ বহুতো যুৱক-যুৱতীক এই খেলখন গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিছে। তেওঁ আগন্তুক সময়ত সফলতাৰ নতুন উচ্চতাত অৱৰোহণ কৰক।  #Cheer4India।

 

***

DS/ST/MANN


(रिलीज़ आईडी: 1849224) आगंतुक पटल : 119
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam