প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক নিজৰ ছ'চিয়েল মিডিয়া ডিপি সলাই ত্ৰিৰংগা ৰাখিবলৈ আহ্বান জনাইছে

प्रविष्टि तिथि: 02 AUG 2022 9:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্মিংহামত চিডব্লিউজি ২০২২ত টেবুল টেনিছত সোণৰ পদক জয় কৰা বাবে জি সাথিয়ান, হৰমীত দেশাই, শৰত কমল আৰু সনীল শেট্টীক অভিনন্দন জনায়।

এটা টুইটত, প্ৰধানমন্ত্ৰীয়ে কয়;

"টেবুল টেনিছত মহৎ খবৰ! চিডব্লিউজিত সোণৰ পদক জয় কৰা বাবে জি সাথিয়ান, হৰমীত দেশাই, শৰত কমল আৰু সনীল শেট্টীৰ গতিশীল দললৈ অভিনন্দন। এই দলে উচ্চ মাপকাঠি প্ৰতিষ্ঠা কৰিলে, দক্ষতা আৰু সংকল্পৰ ক্ষেত্ৰত। তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা।"

 

***

DS/SH


(रिलीज़ आईडी: 1847672) आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam