পোষ্ট কৰা হৈছে:
24 JUL 2022 9:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ জেভেলিনৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ বাবে নীৰজ চোপ্ৰাক অভিনন্দন জনাইছে৷
ভাৰতৰ ক্ৰীড়া প্ৰাধিকৰণৰ এক টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে লিখে;
“আমাৰ আটাইতকৈ বিশিষ্ট খেলুৱৈগৰাকীৰ এক মহান সাফল্য!
#WorldChampionshipsত ঐতিহাসিক ৰূপৰ পদক জয় কৰাৰ বাবে @Neeraj_chopra1ক অভিনন্দৰ জ্ঞাপন কৰিছো৷৷ এয়া ভাৰতীয় ক্ৰীড়াৰ বাবে এক বিশেষ ক্ষণ৷ নীৰজৰ ভৱিষ্যতৰ প্ৰচেষ্টাৱলীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলো৷”
***
DS/SH/DB