প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অৰুণাচলৰ এগৰাকী ভগ্নীয়ে এক তামিল দেশপ্ৰেমিক গীত পৰিৱেশন কৰা দেখি আনন্দ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 20 JUL 2022 3:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচলী এগৰাকী ভগ্নীয়ে সুব্ৰমান্য ভাৰতীয়ে গোৱা এক তামিল দেশপ্ৰেমিক গীত পৰিৱেশন কৰা দেখি আনন্দ প্ৰকাশ কৰে৷

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,

“এয়া দেখি মই আনন্দিত আৰু গৌৰৱবোধ কৰিছো৷ তামিল ভাষাত গান গাই ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱক আগুৱাই নিয়াৰ বাবে অৰুণাচল প্ৰদেশৰ পৰা আমাৰ যুৱ শক্তিৰ এই উজ্জ্বল তাৰকাসকলৰ প্ৰশংসা কৰিছো৷”

***

DS/TS/DB



(Release ID: 1844095) Visitor Counter : 105