প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

'চিকিৎসক দিৱস'ত চিকিৎসকসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

प्रविष्टि तिथि: 01 JUL 2022 9:23AM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে চিকিৎসক দিৱস উপলক্ষে দেশৰ চিকিৎসকসকলক শুভেচ্ছা জ্ঞাপন কৰে আৰু জনসাধাৰণৰ জীৱন সুৰক্ষিত কৰা আৰু এই পৃথিৱীখন স্বাস্থ্যৱান কৰি তোলাত তেওঁলোকৰ অপৰিসীম ভূমিকাৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:

"চিকিৎসক দিৱসৰ দিনা সকলো পৰিশ্ৰমী চিকিৎসকসকললৈ অভিনন্দন, যিসকলে মানুহৰ জীৱন ৰক্ষা কৰাত আৰু আমাৰ পৃথিৱীক স্বাস্থ্যৱান কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। "
 

***
 

DS/SH/RD


(रिलीज़ आईडी: 1841164) आगंतुक पटल : 138
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam