প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পঞ্চম বৰ্ষপূৰ্তিত ‘জিএছটি’-ক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 JUL 2022 2:27PM by PIB Guwahati

পঞ্চম বৰ্ষপূৰ্তিত ‘জিএছটি’-ক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৰ-ব্যৱস্থাৰ এয়া এক গুৰুত্বপূৰ্ণ সংশোধন, যিয়ে স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশটোক আৰু অধিক আগুৱাই নিয়াৰ লগতে ‘এক ৰাষ্ট্ৰ, এক কৰব্যৱস্থা’ৰ সপোনটোকো বাস্তৱায়িত কৰিলে।

‘মাইগভইণ্ডিয়া’ৰ এক টুইট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়;

“#5YearsofGST আমি এক গুৰুত্বপূৰ্ণ কৰ-সংশোধন বুলি চিহ্নিত কৰিছো, যিয়ে স্বাচ্ছন্দ্যৰে বাণিজ্য কৰাৰ পৰিৱেশটোক আৰু আগুৱাই নিয়াৰ লগতে ‘এক ৰাষ্ট্ৰ, এক কৰব্যৱস্থা’ৰ সপোনটোকো বাস্তৱায়িত কৰিলে”।

***

DS/SH/KB


(रिलीज़ आईडी: 1839101) आगंतुक पटल : 207
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Tamil , Odia , English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Telugu , Kannada , Malayalam