প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পিএছএলভি চি৫৩ৰ দ্বাৰা মহাকাশত ভাৰতীয় ষ্টাৰ্ট-আপৰ দুটা পেলোড সফলতাৰে উৎক্ষেপণ কৰাৰ বাবে ইন-স্পেচ আৰু ইছৰোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 01 JUL 2022 9:20AM by PIB Guwahati

পিএছএলভি চি৫৩ অভিযানৰ দ্বাৰা মহাকাশত ভাৰতীয় ষ্টাৰ্ট-আপৰ দুটা পেলোড সফলভাৱে উৎক্ষেপণ কৰাৰ বাবে ইন-স্পেচ আৰু ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"মহাকাশত ভাৰতীয় ষ্টাৰ্ট-আপৰ দুটা পেলোড উৎক্ষেপণ কৰি পিএছএলভি চি৫৩ অভিযানে এক নতুন মাইলৰ খুঁটি অৰ্জন কৰিছে। তেওঁলোকৰ এই সফলতাৰ বাবে মই @INSPACeIND আৰু @isro ক অভিনন্দন জনাইছোঁ।

 

অদূৰ ভৱিষ্যতে আৰু বহু ভাৰতীয় কোম্পানীয়ে মহাকাশত উপস্থিত হ'ব বুলি মই আশাবাদী।"
 

 *******************************************************

DS/SH/KG


(रिलीज़ आईडी: 1839050) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam