প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নমো এপত ২৬ জুনৰ কুঁইজভিত্তিক ‘মন কী বাত’ত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান প্ৰধানমন্ত্ৰীৰ

Posted On: 29 JUN 2022 9:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নমো এপত ২৬ জুন, ২০২২ৰ কুঁইজভিত্তিক ‘মন কী বাত’ত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়৷ শ্ৰী মোদীয়ে লগতে কয় যে এই মাহৰ ‘মন কী বাত’ত মহাকাশ ভাৰতৰ অগ্ৰগতি, ‘আৱৰ্জনাৰ পৰা সম্পদ’ৰ ক্ষেত্ৰত সামগ্ৰিক প্ৰচেষ্টাৱলীৰ পৰা আমাৰ খেলুৱৈসকলৰ কৃতিত্বলৈকে বিভিন্ন শিতান সামৰি লোৱা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে কয়, “এই মাহৰ #MannKiBaatৰ সময়ত আমি মহাকাশ ভাৰতৰ অগ্ৰগতি, ‘আৱৰ্জনাৰ পৰা সম্পদ’ৰ ক্ষেত্ৰত সামগ্ৰিক প্ৰচেষ্টাৱলীৰ পৰা আমাৰ খেলুৱৈসকলৰ কৃতিত্বলৈকে বিভিন্ন শিতান সামৰি হৈছো৷ নমো এপত এই খণ্ডটো কুঁইজভিত্তিক কৰা হৈছে৷ সকলোৱে অংশগ্ৰহণ কৰক৷”

 

***

DS/ST/DB



(Release ID: 1838355) Visitor Counter : 97