প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পাল্লোঞ্জী মিষ্ট্ৰীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 28 JUN 2022 11:15AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট উদ্যোগপতি পাল্লোঞ্জী মিষ্ট্ৰীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“পাল্লোঞ্জী মিষ্ট্ৰীৰ দেহাৱসানত শোকাহত হৈছো। বাণিজ্য আৰু উদ্যোগৰ জগতখনলৈ তেওঁ বিস্ময়কৰ বৰঙণি আগবঢ়াইছে। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অগণন শুভাকাংক্ষীলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলো। তেওঁৰ আত্মাই শান্তি লাভ কৰক।”

 

***

DS/SB


(ৰিলিজ আই ডি : 1837867) অতিথি কক্ষ : 155