প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে আইএনএৰ প্ৰবীণ যুঁজাৰু অঞ্জলাই পন্নুস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰে

प्रविष्टि तिथि: 01 JUN 2022 8:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মালয়েছিয়াৰ প্ৰতিষ্ঠিত আইএনএৰ প্ৰবীণ যুঁজাৰু অঞ্জলাই পনুস্বামীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়:

"মালয়েছিয়াৰ সন্মানীয় আইএনএৰ প্ৰবীণ যুঁজাৰু অঞ্জলাই পন্নুস্বামীজীৰ মৃত্যুত দুঃখিত। ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁৰ সাহস আৰু অনুপ্ৰেৰণাদায়ক ভূমিকা আমি সদায় মনত ৰাখিম। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। "

 

***

DS/AK/MANN


(रिलीज़ आईडी: 1830996) आगंतुक पटल : 184
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam