প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

থমাছ কাপ জয় কৰাৰ বাবে ভাৰতীয় বেডমিণ্টন দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 15 MAY 2022 4:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থমাছ কাপ জয়কৰাৰ বাবে ভাৰতীয় বেডমিণ্টন দলক অভিনন্দন জ্ঞাপন কৰিছে।

তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়:

"ভাৰতীয় বেডমিণ্টন দলে ইতিহাস সৃষ্টি কৰিছে! ভাৰতে থমাছ কাপ জিকি সমগ্ৰ দেশ উৎসাহিত হৈছে। আমাৰ এই প্ৰতিভাশালী দলটোক অভিনন্দন আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা। এই জয়ে বহুতো উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব। ''

 

***

DS/SH/RD


(ৰিলিজ আই ডি : 1825884) অতিথি কক্ষ : 158