প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৮৫৭ৰ স্বাধীনতাৰ প্ৰথম যুঁজত অংশ লোৱা যোদ্ধাৰ অতুলনীয় বীৰত্বক স্মৰণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
10 MAY 2022 10:23AM by PIB Guwahati
১৮৫৭ চনত সংঘটিত স্বাধীনতাৰ প্ৰথম যুঁজত অংশ লোৱা দেশৰ প্ৰতিগৰাকী সাহসী যোদ্ধাৰ অতুলনীয় বীৰত্বক শ্ৰদ্ধাৰে স্মৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,
"১৮৫৭ চনৰ এই দিনটোতে ঐতিহাসিক স্বাধীনতাৰ প্ৰথম যুঁজ আৰম্ভ হৈছিল। এই যুঁজে প্ৰতিগৰাকী ভাৰতীয়ৰ মনত দেশপ্ৰেমৰ ভাৱ জাগ্ৰত কৰিছিল আৰু ব্ৰিটিছ সাম্ৰাজ্যক ক্ৰমান্বয়ে দূৰ্বল কৰিছিল। এই যুঁজত অংশ লোৱা দেশৰ প্ৰতিগৰাকী সাহসী যোদ্ধাৰ অতুলনীয় বীৰত্বক মই শ্ৰদ্ধাৰে স্মৰণ কৰিছো।"
***
DS/SH/MS
(रिलीज़ आईडी: 1824355)
आगंतुक पटल : 194
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Marathi
,
Kannada
,
Tamil
,
Telugu
,
Malayalam
,
Bengali
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati