প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰ দিৱসত মহাৰাষ্ট্ৰৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰে

Posted On: 01 MAY 2022 8:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ দিৱস উপলক্ষে মহাৰাষ্ট্ৰবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

"মহাৰাষ্ট্ৰ দিৱসত মহাৰাষ্ট্ৰৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছো। এই ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিত অভূতপূৰ্ব অৱদান আগবঢ়াইছে। ৰাজ্যখনৰ জনসাধাৰণে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিছে। মই মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো।

 

***

DS/SH/MS



(Release ID: 1822554) Visitor Counter : 123