প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৪ এপ্ৰিলৰ ‘মন কী বাত’ৰ ভিত্তিত নমো এপত দুটাকৈ কুঁইজ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
25 APR 2022 5:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ এপ্ৰিলৰ ‘মন কী বাত’ৰ ভিত্তিত নমো এপত দুটাকৈ কুঁইজ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়৷ শ্ৰী মোদীয়ে কুঁইজৰ এটা লিংক শ্বেয়াৰ কৰে, য’ত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব৷
টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়;
এইবাৰ এটা নহয়, দুটাকৈ কুঁইজ কালিৰ #MannKiBaatৰ ভিত্তিত নমো এপত অনুষ্ঠিত কৰা হৈছে৷
এটা সকলো কাৰ্যসূচীক লৈ আৰু দ্বিতীয়টো ভাৰতৰ বিভিন্ন সংগ্ৰহালয়সমূহক লৈ৷ দুয়োটা কুঁইজতে অংশগ্ৰহণ কৰক৷
narendramodi.in/museumquiz
narendramodi.in/mkbquiz
***
DS/ST/DB
(रिलीज़ आईडी: 1820110)
आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam