প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ধৰিত্ৰী দিৱসত ধৰিত্ৰী মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এটা ভিডিঅ' শ্বেয়াৰ কৰিছে
प्रविष्टि तिथि:
22 APR 2022 10:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ধৰিত্ৰী দিৱস হৈছে ধৰিত্ৰী মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা আৰু আমাৰ পৃথিৱীৰ যতন ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ এটা বিশেষ দিন। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটা ভিডিঅ'ও শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"ধৰিত্ৰী দিৱস হৈছে ধৰিত্ৰী মাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰা আৰু আমাৰ পৃথিৱীৰ যতন ল’বলৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ এটা বিশেষ দিন।"
***
DS/ST/MS
(रिलीज़ आईडी: 1819781)
आगंतुक पटल : 196
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam