পোষ্ট কৰা হৈছে:
14 APR 2022 9:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িয়া নৱবৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তি উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"ওড়িয়া নৱবৰ্ষ আৰু মহা বিষুৱ পনা সংক্ৰান্তিৰ শুভেচ্ছা জনালো।
নতুন বৰ্ষটো সুখৰে ভৰি পৰক।
ই যেন আমাৰ সমাজলৈ ভ্ৰাতৃত্ববোধৰ উদ্দীপনাৰ সঞ্চাৰ কৰে আৰু সকলোকে সু-স্বাস্থ্যৱান কৰি ৰাখে, তাৰেই কামনা কৰিলো।"
***
DS/ST/SB