প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ব’হাগ বিহু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
14 APR 2022 9:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব’হাগ বিহু উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে এই অনন্য উৎসৱটো অসমৰ সংস্কৃতিৰ এক জীৱন্ত প্ৰতীক। শ্ৰী মোদীয়ে কামনা কৰে যে বিহুৱে সকলোৰে জীৱনত আনন্দ কঢ়িয়াই আনিব আৰু সকলো সুস্বাস্থ্যৰ অধিকাৰী হ'ব।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে:
"ব’হাগ বিহুৰ শুভেচ্ছা!
এই অনন্য উৎসৱটো অসমৰ সংস্কৃতিৰ এক জীৱন্ত প্ৰতীক।
মই আশা কৰোঁ যে বিহুৱে সকলোৰে জীৱন সুখী কৰিব আৰু সকলো সুস্বাস্থ্যৱান হ’ব। "
***
DS/ST/RD
(रिलीज़ आईडी: 1817174)
आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam