প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সজিবু চেইৰাওবা উপলক্ষে মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
02 APR 2022 8:53AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সজিবু চেইৰাওবা উপলক্ষে মণিপুৰৰ জনসাধাৰণকে প্ৰমুখ্য কৰি আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"সজিবু চেইৰাওবাৰ বিশেষ উপলক্ষত মণিপুৰৰ জনসাধাৰণকে প্ৰমুখ্য কৰি আটাইকে শুভেচ্ছা জনাইছো। এটি সুখদায়ক আৰু সুস্থ বৰ্ষৰ বাবে জনালো প্ৰাৰ্থনা।"
***
DS/ST/SB
(रिलीज़ आईडी: 1813531)
आगंतुक पटल : 187
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam