প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বাবু জগজীৱন ৰামৰ প্ৰতি তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 05 APR 2022 9:13AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাবু জগজীৱন ৰাম জীৰ প্ৰতি তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

"বাবু জগজীৱন ৰাম জীৰ প্ৰতি তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি। আমাৰ দেশে সদায়ে তেওঁৰ স্মৰণীয় অৰিহণা মনত ৰাখিব সেয়া স্বাধীনতা সংগ্ৰামৰ সময়ৰে হওক বা স্বাধীনতাৰ পিছৰ হওক। তেওঁৰ প্ৰশাসনীয় দক্ষতা আৰু দুখীয়াক লৈ কৰা চিন্তাৰ বাবে তেওঁ বিস্তৃতভাৱে প্ৰিয়ভাজন আছিল।"

 

***

DS/SH


(रिलीज़ आईडी: 1813528) आगंतुक पटल : 190
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam