প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উৎকল দিৱসত উৰিষ্যাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 APR 2022 11:05AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ জনসাধাৰণক উৎকল দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে ওড়িয়া সংস্কৃতি বিশ্বব্যাপী প্ৰশংসিত আৰু ওড়িয়া লোকসকলে ভাৰতৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"উৎকল দিৱসৰ এই বিশেষ ক্ষণত উৰিষ্যাৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ওড়িয়া লোকসকলে ভাৰতৰ প্ৰগতিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে আৰু ওড়িয়া সংস্কৃতি বিশ্বব্যাপী প্ৰশংসিত। আগন্তুক দিনত উৰিষ্যাৰ উন্নয়নৰ বাবে মই প্ৰাৰ্থনা জনাইছোঁ।"
***
DS/ST/KG
(रिलीज़ आईडी: 1813294)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam